Mon. Oct 18th, 2021
Share This Post
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  

Assam GK in Assamese 100+ Important Question Answer


Assam GK in Assamese
Assam GK in Assamese 
Assam General Knowledge 100+ Important Question Answer for All Assam Competitive & other Exam such as Assam Tet, APSC, Forest Ranger, DHS Exam, Assam Police, etc. 

Today we’ve also added some frequent coming Assam GK in Assamese to help all the students who’re currently preparing for the upcoming exams.

Assam GK in Assamese 


 1.প্ৰশ্ন :- অসমীয়া ভাষাটো ভাৰতীয় কোন গোষ্ঠীৰ ভাষা ?

উত্তৰ : আৰ্য

2.প্ৰশ্ন :- প্ৰথম অসমীয়া গদ্য সংকলন ‘কথা গীতা’ৰ ৰচক

কোন ?

উত্তৰ : ভট্টদেৱ

3.প্ৰশ্ন :- শ্ৰী মন্ত শংকৰদেৱে তেখেতৰ নাট সমূহ লিখোতে কি

ভাষা ব্যৱহাৰ কৰিছিল ?

উত্তৰ : ব্ৰজাৱলী

4.প্ৰশ্ন :- কোন চনত কোনে অসমীয়া ভাষাক অসমত নতুনকৈ প্ৰতিষ্ঠিত কৰিছিল ?

উত্তৰ : ১৮৭২ চনত , চাৰ জৰ্জ কেম্পবেলে

5.প্ৰশ্ন :- ছেক্সপীয়েৰৰ কোনখন নাট অসমীয়ালৈ অনূদিত প্ৰথম নাট ?

উত্তৰ : কমেদী অৱ এৰৰ্চ

6.প্ৰশ্ন :- কোন চনত আইন মতে অসমীয়া ভাষা ৰাজ্যিক

চৰকাৰী ভাষা হিচাপে পৰিগণিত হয় ?

উত্তৰ : ১৯৬০ চনত

7.প্ৰশ্ন :- অসমীয়া চুটি গল্পৰ ‘পিতৃস্বৰুপ’ কোন ?

উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা

8.প্ৰশ্ন :- ১৯৯০ চনত কাৰ দ্বাৰা ৰচিত কোনখন উপন্যাস হৈছে প্ৰথম অসমীয়া উপন্যাস ?

উত্তৰ : পদ্মনাথ গোহাঞি বৰুৱা, ভানুমতী

9.প্ৰশ্ন :- শংকৰদেৱৰ দ্বাৰা উদ্ভাৱিত এক অংকযুক্ত নাটসমূহক

কি নাট বোলা হয় ?

উত্তৰ : অংকীয়া নাট

10.প্ৰশ্ন :- সাহিত্য একাডেমী বঁটা লাভ কৰা কোনখন পুথি প্ৰথম অসমীয়া পুথি ?

উত্তৰ : বনফুল

11.প্ৰশ্ন :- অসমৰ প্রথম অসমীয়া কথা ছবিখনৰ নাম কি ?

উত্তৰ : জয়মতী(1935)

12.প্ৰশ্ন :- অসমৰ প্রথম অসমীয়া ৰঙীন কথা ছবিখনৰ নাম কি ?

উত্তৰ : ভাইটি(1972)

13.প্ৰশ্ন :- অসমৰ প্রথম শিশু আলোছনী খনৰ নাম কি ?

উত্তৰ : ঘৰ জেউতি(1927)

14.প্ৰশ্ন :- প্রথম আধুনিক অসমীয়া নাটক খনৰ নাম কি ?

উত্তৰ : ৰাম নবমী(1857), গুণাভিৰাম বৰুৱা

15.প্ৰশ্ন :- অসমৰ প্রথম আলোচনী খনৰ নাম কি ?

উত্তৰ : অৰুনোদই (1848 -1882)

16.প্ৰশ্ন :- অসমত বৈষ্ণৱ ধৰ্মৰ প্রৱৰ্তক কোন ?

উত্তৰ : শ্রীমন্ত শংকৰদেৱ

17.প্ৰশ্ন :- অসমীয়া ভাষাত ৰচিত প্রথম খন গ্রন্থৰ নাম কি ?


উত্তৰ : প্রহ্লাদ চৰিত (ৰচক হেমসৰস্বতী)

18.প্ৰশ্ন :- প্রথম অসমীয়া প্রবন্ধটোৰ নাম কি আৰু কোনে লিখিছিল ?


উত্তৰ : কথাগীতা , ভট্রদেৱ

19.প্ৰশ্ন :- অসমীয়াত প্রকাশিত প্রথম অভিধান কোনে লিখিছিল?

উত্তৰ : মাইলছ ব্রনছন

20.প্ৰশ্ন :- প্রথম অসমীয়া বুৰঞ্জীমূলক উপন্যাস খনৰ নাম কি?

উত্তৰ : ভানুমতী, পদ্মনাথ গোহাঁঞিবৰুৱা

21.প্ৰশ্ন :- সাহিত্য অকাডেমি বটাঁ লাভ কৰা প্রথম অসমীয়া উপন্যাস খনৰ নাম কি ?

উত্তৰ : ইয়াৰুইঙ্গম(1961), বীৰেন্দ্র কুমাৰ ভটাচাৰ্য

22.প্ৰশ্ন :- সাহিত্য অকাডেমি বটাঁ লাভ কৰা প্রথম অসমীয়া গ্রন্থ খনৰ নাম কি ?

উত্তৰ : বনফুল(1955),যতীন্দ্র নাথ দুৱাৰা

23.প্ৰশ্ন :- জ্ঞানপীঠ বটাঁ লাভ কৰা প্রথম অসমীয়া গ্রন্থ খনৰ নাম কি ?

উত্তৰ : মৃত্যুঞ্জয় (1979) বীৰেন্দ্র কুমাৰ ভটাচাৰ্য

24.প্ৰশ্ন :- প্রথম অসীয়া শিশু উপন্যাস খনৰ নাম কি ?

উত্তৰ : পাতাল পুৰী

25.প্ৰশ্ন :- অসমৰ প্রথম ICS আৰু বেৰিষ্টাৰ কোন ?

উত্তৰ : আনন্দৰাম বৰুৱা

26.প্ৰশ্ন :- প্রথম অসমীয়া ভাৰতৰ ৰাষ্টপতি জনৰ নাম কি ?

উত্তৰ : ফকৰুদ্দিন আলি আহমেদ

27.প্ৰশ্ন :- প্রথম অসমীয়া ৰাজ্যপাল জনৰ নাম কি ?

উত্তৰ : বিষ্ণুৰাম মেধি

28.প্ৰশ্ন :- প্রথম অসমীয়া নিৰ্বাচনী আয়ুক্ত জনৰ নাম কি ?

উত্তৰ : হৰিশংকৰ ব্রহ্ম

29.প্ৰশ্ন :- প্রথম অসম সাহিত্য সভাৰ সভাপতি জনৰ নাম কি ?

উত্তৰ : পদ্মনাথ গোহাঁঞিবৰুৱা

30.প্ৰশ্ন :- অৰ্জুন বটাঁ বিজয়ী প্রথম অসমীয়া জন কোন ?

উত্তৰ : ভোগেশ্বেৰ বৰুৱা

31.প্ৰশ্ন :- প্রথম অসমৰ মহিলা মুখ্যমন্ত্রী গৰাকীৰ নাম কি ?

উত্তৰ : চৈয়দা আনোৱাৰা টাইমোৰ

32.প্ৰশ্ন :- প্রথম অসমৰ PhD লাভ কৰা ব্যক্তি জনৰ নাম কি ?

উত্তৰ : মইদুল ইছলাম বৰা

33.প্ৰশ্ন :- প্রথম অসমৰ মহিলা স্নাতক গৰাকীৰ নাম কি ?

উত্তৰ : সুধালতা দুৱৰা

34.প্ৰশ্ন :- প্রথম অসমীয়া কাব্য খনৰ নাম কি ?

উত্তৰ : অভিমণ্যবধ1857, ৰমাকান্ত চৌধুৰী

35.প্ৰশ্ন :- অসমৰ প্রথম বাতৰি কাকত খনৰ জনৰ নাম কি ?

উত্তৰ : নাথান ব্রাউন

36.প্ৰশ্ন :- ৰামায়ণ প্রথমে অসমীয়ালৈ কোনে অনুবাদ কৰিছিল ?

উত্তৰ : মাধব কন্দলি

37.প্ৰশ্ন :- সংস্কৃতৰ পৰা পৰা অনুবাদ কৰা প্রথম অসমীয়া নাটক খনৰ নাম কি ?

উত্তৰ : শকুন্তলা,অনুবাদ কৰিছিল লম্বোদৰ বৰা

38.প্ৰশ্ন :- জোনাকি কাকতৰ প্রথম সম্পাদক জনৰ নাম কি ?

উত্তৰ : চন্দ্রকুমাৰ আগৰৱালা

39.প্ৰশ্ন :- প্রথম অসমীয়া মন্ছ নাট খনৰ নাম কি ?

উত্তৰ : চিহ্ন যাত্রা1468, শংকৰদেব

40.প্ৰশ্ন :- স্বৰ্ণকমল লাভ কৰা প্রথম অসমীয়া চলচিত্র খনৰ নাম কি ?

উত্তৰ : হালধীয়া চৰাইয়ে বাওধান খায়(1987), জাহ্নুবৰুৱা

41.প্ৰশ্ন :- আহোম আৰু মোগল সকলৰ শেষ ৰণ খন কোন চনত হৈছিল ?

উত্তৰ : ১৬৮২ চনত

42.প্ৰশ্ন :- অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো কোন চনত সংঘটিত হৈছিল ?

উত্তৰ : ১৫৪৮ চনত

43.প্ৰশ্ন :- অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল ?

উত্তৰ : ১৯২০ চনত

44.প্ৰশ্ন : গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল ?

উত্তৰ : ১৯৪৮ চনত

45.প্ৰশ্ন :- কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল ?

উত্তৰ : ১৬৭১ চনত

46.প্ৰশ্ন : অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিল ?

উত্তৰ : ১৮৪৭ চনত

47.প্ৰশ্ন : টেলিফোন আৰু ‘টেলিগ্ৰাফ’ সেৱা অসমত কোন চনত

হৈছিল ?

উত্তৰ : ১৮৬৬

48.প্ৰশ্ন : অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুস্থিত হৈছিল ?

উত্তৰ : ১৯১৭ চনত

49.প্ৰশ্ন :- অসমত কোন চনৰ পৰা মাটিৰ ‘ম্যাদী প্ৰথা’ৰ প্ৰচলন আৰম্ভ হৈছিল ?

উত্তৰ : ১৮৮৬

50.প্ৰশ্ন : ‘অভ্যন্তৰীণ সীমা আইন’ কেতিয়া কাৰ্যকৰী কৰা হয় ?

উত্তৰ : ১৮৭৩ চনত

51.প্ৰশ্ন : অসমত কোন চনত চাহ আৱিস্কাৰ হৈছিল ?

উত্তৰ : ১৮২৩ চনত

52.প্ৰশ্ন : অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল ?


উত্তৰ : চুকাফা

53.প্ৰশ্ন :- কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰুপে স্বীকৃতি পাইছিল ?

উত্তৰ : ১৯৬১ চনত

54.প্ৰশ্ন : কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল ?

উত্তৰ : ১৮৮২ চনত

55.প্ৰশ্ন : চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল ?

উত্তৰ : বীৰপাল ।

56.প্ৰশ্ন : কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল ?

উত্তৰ : ১৯২১ চনত

57.প্ৰশ্ন : অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল ?

উত্তৰ : বসন্ত দাস

58.প্ৰশ্ন : অসম এছ’ছিয়েচন কোন চনত গঠিত হৈছিল ?

উত্তৰ : ১৯০৩ চনত

59.প্ৰশ্ন : মুছলমান সকলে কোন চনত প্ৰথম বাৰ অসম আক্ৰমণ কৰিছিল ?

উত্তৰ : ১২০৬ চনত

60.প্ৰশ্ন : ১৯৭৯ব চনৰ ১০ ডিচেম্বৰত অসম আন্দোলনত মৃত্যু বৰণ কৰা প্ৰথম জন শ্বহীদ কোন আছিল?

উত্তৰ : খৰ্গেশ্বৰ তালুকদাৰ

61.প্ৰশ্ন :- আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল ?

উত্তৰ : ১২৫৩ চনত

62.প্ৰশ্ন :- কোন ৰজাৰ শাসন কালত আৰু ক’ত জয়মতী কুঁৱৰীক শাস্তি দি হত্যা কৰিছিল ?

উত্তৰ : ল’ৰাৰজা চলিকফাৰ শাসন কালত ; জেৰেঙা পথাৰত

63.প্ৰশ্ন :- আহোম আৰু মোগল সকলৰ শেষ ৰণ খন কোন চনত হৈছিল ?

উত্তৰ : ১৬৮২ চনত

64.প্ৰশ্ন :- জয়দল, জয়সাগৰ পুখুৰী কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল?

উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰসিংহ

65.প্ৰশ্ন :- অসমত ৬০০ বছৰৰো অধিক কাল ৰাজত্ব কৰা আহোম সকলৰ ৰাজধানী চহৰ খনৰ নাম কি ?

উত্তৰ : শিৱসাগৰ

66.প্ৰশ্ন :- আহোম সকলৰ শেষ কীৰ্তি স্তম্ভটো গুৱাহাতীৰ ক’ত অৱস্থিত ?


উত্তৰ : বশিষ্ঠাশ্ৰমত

67.প্ৰশ্ন :- অসমৰ প্ৰাচীন নাম কি ?

উত্তৰ : প্ৰাগজ্যোতিষপুৰ

68.প্ৰশ্ন :- কাৰ দিনত চীনা পৰিব্ৰাজক অসমলৈ আহে ?

উত্তৰ :ভাস্কৰবৰ্মাৰ দিনত

69.প্ৰশ্ন :- চীনা পৰিব্ৰাজকজনৰ নাম কি ?

উত্তৰ :হিউৱেন চাং

70.প্ৰশ্ন :- ‘অসম’ নাম কেতিয়াৰ পৰা হয় ?

উত্তৰ :আহোমসকলৰ ৰাজত্ব কালৰ পৰা

71.প্ৰশ্ন :- আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল ?

উত্তৰ :প্ৰায় ৬০০ বছৰ

72.প্ৰশ্ন :- আহোমসকল কেতিয়া অসমলৈ আহিছিল ?

উত্তৰ : ইংৰাজী ১২২৮ চনত

73.প্ৰশ্ন :- অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰ : চুকাফা

74.প্ৰশ্ন :- আহোমৰ শেষ ৰজাজনৰ নাম কি ?

উত্তৰ : স্বৰ্গদেউ পুৰন্দৰ সিংহ

75.প্ৰশ্ন : আহোম সকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন ?

উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰ সিংহ

76.প্ৰশ্ন :- অসমৰ বুৰঞ্জী সৰ্বপ্ৰথম কোন সম্প্ৰদায়ে লিখে ?

উত্তৰ : আহোম সকলে

77.প্ৰশ্ন :- অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ প্ৰথম অধিবেশন কেতিয়া হৈছিল ?

উত্তৰ : ১৮৮৮ চনৰ ২৫ আগষ্টত

78.প্ৰশ্ন :- কোনে প্ৰথম অসমীয়া ভাষাত সাধুকথাৰ পুথি ৰচনা কৰে ?

উত্তৰ : ১৮৫০ চনত এলিজা ব্ৰাউনে

79.প্ৰশ্ন :- প্ৰাক-শংকৰী যুগৰ কবি সকলৰ নাম কি কি ?

উত্তৰ : হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, ৰুদ্ৰ কন্দলী, হৰিহৰ

বিপ্ৰ আৰু মাধৱ কন্দলী

80.প্ৰশ্ন :- কোনে, কেতিয়া বিষ্ণুপ্ৰসাদ ৰাভাক ‘কলাগুৰু’ উপাধি প্ৰদান কৰিছিল ?


উত্তৰ : কাশী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণণ

মেননে, ১৯৪০ চনত

81.প্ৰশ্ন : ‘ধন্য নৰ তনু ভাল’ নামৰ পুথি খন কোনে ৰচনা কৰিছিল ?

উত্তৰ : শংকৰদেৱৰ জীৱনৰ ওপৰত ভিত্তি কৰি ছৈয়দ আব্দুল মালিকে এই উপন্যাস খন ৰচনা কৰিছিল

82.প্ৰশ্ন :- অসমীয়া ভাষা কোনবোৰ ভাষাৰ সমন্বয়ৰ ফলত গঢ় লৈ উঠিছিল ?

উত্তৰ : মাগধী, প্ৰাকৃত, আৰ্যোত্তৰ ভাষাসমূহ, জনজাতীয় ভাষা,

ইংৰাজী, স্পেনিছ, ওলন্দাজ, পাৰ্ছী, আৰবী আদি বিদেশী ভাষা

সমূহৰ সমন্বয়ৰ ফলত অসমীয়া ভাষা গঢ় লৈ উঠিছিল

83.প্ৰশ্ন :- ‘কীৰ্তন-ঘোষা’ আৰু ‘নামঘোষা’ ৰ ৰচক কোন ?

উত্তৰ : মহাপুৰুষ শংকৰদেৱে কীৰ্তন ঘোষা আৰু মাধৱদেৱে

নামঘোষা ৰচনা কৰিছিল

84.প্ৰশ্ন : পূৰ্বতে আহোম সকল কোন ভাষা গোষ্ঠীৰ অন্তৰ্ভূক্ত আছিল ?

উত্তৰ : পূৰ্বতে আহোম সকল টাই ভাষাৰ অন্তৰ্ভূক্ত আছিল

85.প্ৰশ্ন : অসমীয়া ভাষা উন্নয়নৰ বাবে বৰঙণি আগবঢ়োৱা দুজন মিছনেৰীৰ নাম কি কি ?

উত্তৰ : তেওঁলোক হ’ল মাইলছ ব্ৰনছন আৰু নাথান ব্ৰাউন

86.প্ৰশ্ন :- মামণি ৰয়চম গোস্বামীৰ জন্ম কেতিয়া হৈছিল ?

উত্তৰ : ১৮৪২ চনৰ ১৪ নৱেম্বৰত

87.প্ৰশ্ন: বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ গুৰু সকলৰ জীৱনীৰ ওপৰত ৰচিত এক শ্ৰেণীৰ সাহিত্য পুথি সমূহক অসমীয়া ভাষাত কি বুলি জনা যায় ?

উত্তৰ : চৰিত পুথি

88.প্ৰশ্ন : সংগীত সাধনাৰ ক্ষেত্ৰত প্ৰথম অসমীয়া পুথি খনৰ নাম কি ?

উত্তৰ : সংগীত কোষ (লক্ষ্মীনাথ বেজবৰুৱা )

89.প্ৰশ্ন : ইতিহাসৰ আন এটা নাম কি ?

উত্তৰ : বুৰঞ্জী।

90.প্ৰশ্ন : অসমীয়া ভাষাৰ প্ৰকৃত গদ্য সাহিত্যৰ জন্মদাতা কোন ?

উত্তৰ : ভট্টদেৱক

91.প্ৰশ্ন :- অসমীয়াৰ উপৰিও অসমত সৰ্বাধিক প্ৰচলিত ভাৰতীয় ভাষা কেইটা কি কি ?

উত্তৰ : হিন্দী, ইংৰাজী, বঙালী, বড়ো, কাৰ্বি ইত্যাদি

92.প্ৰশ্ন :- প্ৰথম প্ৰথম অসমীয়া ছপা কৰা পুথি খনৰ নাম আৰু প্ৰকাশৰ চনটো কি ?

উত্তৰ : ‘ধৰ্ম-পুস্তক’, ১৮১৩ৱ চনত

93.প্ৰশ্ন :- অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল ?

উত্তৰ : খ্ৰীষ্টীয় নৱম-দশম শতিকাত

94.প্ৰশ্ন :- জোনাকী যুগৰ ত্ৰিমূৰ্ত্তি কোন কোন ?

উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰ কুমাৰ আগৰৱালা আৰু

হেমচন্দ্ৰ গোস্বামী

95.প্ৰশ্ন :- অসমীয়া ভাষাত প্ৰথম প্ৰকাশিত ‘ডাইজেষ্ট ’ আলোচনী খনৰ নাম কি ?

উত্তৰ : তফজ্জুল আলি সম্পাদিত ‘সংগম’

96.প্ৰশ্ন :- অসমীয়া বৈষ্ণৱ সাহিত্যৰ প্ৰধান গ্ৰন্থ কেইখন কি কি ?

উত্তৰ : কীৰ্তন ঘোষা, নামঘোষা, দশম আৰু ভক্তি ৰত্নাকৰ

97.প্ৰশ্ন – প্ৰথম অসমীয়া আত্মজীৱনী খনৰ নাম কি ?

উত্তৰ : অসমীয়া পুথিৰ তালিকা

98.প্ৰশ্ন :- ‘উত্তৰাকাণ্ড ৰামায়ণ’ৰ অসমীয়া অনুবাদ কোনে কৰিছিল ?

উত্তৰ : শ্ৰী মন্ত শংকৰদেৱে

99.প্ৰশ্ন :- শোণিত কুঁৱৰী’ নাটক খনৰ লেখক কোন ?

উত্তৰ : ৰুপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা

100.প্ৰশ্ন :- অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ উন্নতিৰ বাবে গঠিত সংস্থাটোৰ নাম কি ?

উত্তৰ : অসম সাহিত্য সভা

101.প্ৰশ্ন : – ৰামায়ণ কোনে অসমীয়ালৈ অনুবাদ কৰিছিল ?

উত্তৰ : মাধৱ কন্দলী

102.প্ৰশ্ন :- অসমীয়া সাহিত্যৰ ‘ৱাল্টাৰ স্কট’ বুলি কাক আখ্যা দিয়া হয় ?

উত্তৰ : ৰজনীকান্ত বৰদলৈ

103.প্ৰশ্ন :- প্ৰায় সমগ্ৰ ‘মহাভাৰত’ কোনে অসমীয়াত ৰচনা কৰিছিল ?

উত্তৰ : ৰাম সৰস্বতী

104.প্ৰশ্ন : ‘গ্ৰামাটিকেল নোটছ অৱ দ্য আছামিজ লেংগুৱেজ’ নামৰ পুথিখন কোনে ৰচনা কৰিছিল ?


উত্তৰ : নাথান ব্ৰাউন

105.প্ৰশ্ন :- অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা অসমীয়া ভাষাৰ প্ৰথম নাট খনৰ নাম কি ?

উত্তৰ : বীণ বৰাগী

106.প্ৰশ্ন :- সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া কাব্যগ্ৰন্থ ‘বনফুল’ (১৯৫৫) ৰ ৰচক কোন?

উত্তৰ : যতীন্দ্ৰ নাথ দুৱৰা

107.প্ৰশ্ন :- প্ৰথম অসমীয়া অভিধানখন কিমান চনত কোনে ৰচিত আৰু প্ৰকাশিত কৰিছিল ?

উত্তৰ : ১৮৬৭ চন, মাইলছ ব্ৰনছনে

108.প্ৰশ্ন -: প্ৰথম অসমীয়া গদ্য সংকলন ‘কথা গীতা’ৰ ৰচক কোন ?

উত্তৰ : ভট্টদেৱ

109.প্ৰশ্ন : আনন্দৰাম ঢেকিয়াল ফুকনৰ দ্বাৰা ৰচিত কোন খন পুথি অসমীয়া ভাষাৰ প্ৰথম পাঠ্যপুথি ?

উত্তৰ : অসমীয়া ল’ৰাৰ মিত্ৰ

110.প্ৰশ্ন :- অসমীয়া ভাষা লিখনিত শ্বৰ্ট হেণ্ড (Short Hand) পদ্ধতি প্ৰৱৰ্তন কৰা প্ৰথম ব্যক্তিজনৰ নাম কি ?

উত্তৰ : ফণী শৰ্মা

111.প্ৰশ্ন -: অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধান খনৰ নাম কি ?

উত্তৰ : চন্দ্ৰকান্ত অভিধান

112.প্ৰশ্ন :- অসমৰ মুখ্য ভাষা কি ?

উত্তৰ : অসমীয়া

113.প্ৰশ্ন :- হিন্দী ভাষালৈ অনূদিত প্ৰথম অসমীয়া কিতাপ খনৰ নাম কি ?

উত্তৰ : চিত্ৰ ভাগৱত

114.প্ৰশ্ন : অসমীয়া ভাষা – সাহিত্যৰ ‘পিতৃ’ কোন ?

উত্তৰ : শ্ৰী মন্ত শংকৰদেৱ

115.প্ৰশ্ন :- অসমীয়া চুটি গল্পৰ জনক কোন ?

উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা

Please Share This Post With your Friends 


Share This Post
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  
  •  

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *