Assamese GK Quiz | Assamese Mock Test
à§§. শিৱসাগৰৰ পৰা অসমৰ à§°াজধানী যােৰহাটৰ à§°ংপুৰলৈ কোন চনত স্থানান্তৰিত কৰা হৈছিল?
(ক) à§§à§à§¯à§ª চনত
(খ) ১৮২০ চনত
(গ) ১৬৯ৠচনত
(ঘ) ১৫৬ৠচনত
Ans. (ক) à§§à§à§¯à§ª চনত
২. পথৰুঘাটৰ ৰণ ক'ত সংঘটিত হৈছিল?
(ক) নগাঁও জিলাত
(খ) শিৱসাগৰ জিলাত
(গ) কার্বি আংলং জিলাত
(ঘ) দৰং জিলাত
Ans. (ঘ) দৰং জিলাত
à§©. ব্রিটিছৰ বিà§°ুদ্ধে বিদ্রোহ ঘােষণা কৰা প্রথমগৰাকী অসমীয়াà§° নাম কি?
(ক) মণিà§°াম দেà§±ান
(খ) পিয়লি ফুকন
(গ) গােমধৰ কোঁৱৰ
(ঘ) কুশল কোঁৱৰ
Ans. (গ) গােমধৰ কোঁৱৰ
৪. ব্রহ্মপুত্র উপত্যকাত আহােমসকলে কেতিয়া প্রৱেশ কৰিছিল?
(ক) ১২২০ খ্রীষ্টাব্দত
(খ) ১২২৫ খ্রীষ্টাব্দত
(গ) ১২২৮ খ্রীষ্টাব্দত
(ঘ) ১১৩০ খ্রীষ্টাব্দত
Ans. (গ) ১২২৮ খ্রীষ্টাব্দত
à§«. আহােম à§°াজত্বকালত প্রথমখন à§°াজধানীà§° নাম কি?
(ক) গােসাঁইগাঁও
(খ) à§°ংপুà§°
(গ) চৰাইদেউ
(ঘ) নলবাà§°ী
Ans. (গ) চৰাইদেউ
৬. বামুণী কোঁৱৰৰ আহােম নাম কি আছিল?
(ক) চুদাংফা
(খ) চুহুৎমুং
(গ) চুবিনফা
(ঘ) সংযােগফা
Ans. (ক) চুদাংফা
à§. অসমৰ কোনখন বিশ্ববিদ্যালয়ত à§°েডিঅ'à§° প্রচলন পােনপ্রথমে হৈছিল?
(ক) গুà§±াহাটী বিশ্ববিদ্যালয়
(খ) ডিব্রগড় বিশ্ববিদ্যালয়
(গ) অসম বিশ্ববিদ্যালয়
(ঘ) কৃষ্ণকান্ত সন্দিকৈ à§°াজ্যিক মুক্ত বিশ্ব বিদ্যালয়
Ans. (ঘ) কৃষ্ণকান্ত সন্দিকৈ à§°াজ্যিক মুক্ত বিশ্ব বিদ্যালয়