Assamese GK Quiz 8

Assamese GK Quiz | Assamese Mock Test








১. শিৱসাগৰৰ পৰা অসমৰ ৰাজধানী যােৰহাটৰ ৰংপুৰলৈ কোন চনত স্থানান্তৰিত কৰা হৈছিল? 


(ক) ১৭৯৪ চনত 

(খ) ১৮২০ চনত 

(গ) ১৬৯৭ চনত 

(ঘ) ১৫৬৭ চনত


Ans. (ক) ১৭৯৪ চনত 



২. পথৰুঘাটৰ ৰণ ক'ত সংঘটিত হৈছিল? 


(ক) নগাঁও জিলাত 

(খ) শিৱসাগৰ জিলাত 

(গ) কার্বি আংলং জিলাত 

(ঘ) দৰং জিলাত


Ans. (ঘ) দৰং জিলাত



৩. ব্রিটিছৰ বিৰুদ্ধে বিদ্রোহ ঘােষণা কৰা প্রথমগৰাকী অসমীয়াৰ নাম কি?


(ক) মণিৰাম দেৱান 

(খ) পিয়লি ফুকন 

(গ) গােমধৰ কোঁৱৰ 

(ঘ) কুশল কোঁৱৰ


Ans. (গ) গােমধৰ কোঁৱৰ 


৪. ব্রহ্মপুত্র উপত্যকাত আহােমসকলে কেতিয়া প্রৱেশ কৰিছিল? 


(ক) ১২২০ খ্রীষ্টাব্দত 

(খ) ১২২৫ খ্রীষ্টাব্দত 

(গ) ১২২৮ খ্রীষ্টাব্দত 

(ঘ) ১১৩০ খ্রীষ্টাব্দত


Ans. (গ) ১২২৮ খ্রীষ্টাব্দত 



৫. আহােম ৰাজত্বকালত প্রথমখন ৰাজধানীৰ নাম কি? 


(ক) গােসাঁইগাঁও 

(খ) ৰংপুৰ 

(গ) চৰাইদেউ 

(ঘ) নলবাৰী


Ans. (গ) চৰাইদেউ 



৬. বামুণী কোঁৱৰৰ আহােম নাম কি আছিল? 


(ক) চুদাংফা 

(খ) চুহুৎমুং 

(গ) চুবিনফা 

(ঘ) সংযােগফা


Ans. (ক) চুদাংফা 



৭. অসমৰ কোনখন বিশ্ববিদ্যালয়ত ৰেডিঅ'ৰ প্রচলন পােনপ্রথমে হৈছিল? 


(ক) গুৱাহাটী বিশ্ববিদ্যালয় 

(খ) ডিব্রগড় বিশ্ববিদ্যালয় 

(গ) অসম বিশ্ববিদ্যালয় 

(ঘ) কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ব বিদ্যালয়


Ans. (ঘ) কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ব বিদ্যালয়

Post a Comment

Previous Post Next Post