National, State, and World GK in Assamese | Important for all upcoming Assam competitive exams...
1. বিশ্ব স্বাস্থ্য সংস্থাই কেতিয়া ভাৰতক প'লিঅ' মুক্ত দেশ হিচাপে স্বীকৃতি দিয়ে?
A. 22 April 2013
B. 27 March 2014
C. 15 July 2015
D. 31 April 2017
Ans. B. 27 March 2014
2. অসমৰ প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখন কি ?
ক) অৰুণোদই
খ) দৈনিক জনমভূমি
গ) দৈনিক বাতৰি
ঘ) নীলাচল
Ans. গ) দৈনিক বাতৰি
3. পৃথিৱীৰ আটাইতকৈ দীঘল নদী ?
ক) আমাজন
খ) নীল
গ) ব্ৰহ্মপুত্ৰ
ঘ) ভ'ল্গা
Ans. খ) নীল
4. আহোম যুগৰ আমোদজনক আৰু জনপ্ৰিয় খেলবিধৰ নাম কি ?
A) ম'হ যুঁজ
B) কণী যুঁজ
C) শেন যুঁজ
D) মল্ল যুঁজ
Ans. A) ম'হ যুঁজ
5. ভাৰতৰ আটাইতকৈ বেছি লোকসভাৰ আসন থকা ৰাজ্য কোনখন?
A. মহাৰাষ্ট্ৰ
B. পশ্চিম বংগ
C. কৰ্ণাটক
D. উত্তৰ প্ৰদেশ
Ans. D. উত্তৰ প্ৰদেশ
6. স্বাধীন ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল?
(A) বল্লভ ভাই পেটেল
(B) দাদাভাই নৌৰ্জি
(C) দেৱকান্ত বৰুৱা
(D) বিপিন চন্দ্ৰ পাল
Ans. (A) বল্লভ ভাই পেটেল
7. এছিয়া মহাদেশৰ উপকূলৰ দৈঘ্য কিমান?
(a) 58,000 km
(b) 68,000 km
(c) 78,000 km
(d) এটাও নহয়
Ans. (a) 58,000 km
8. অসমত নদী গৱেষণা কেন্দ্ৰ ক'ত আছে?
(ক) ধেমাজী
(খ) গুৱাহাটী
(গ) যোৰহাট
(ঘ) মাজুলী
Ans. (খ) গুৱাহাটী
9. তলৰ কোনখন শ্বেত-চহৰ হিচাপে খ্যাত?
(a) থাইলেণ্ড
(b) বেলগ্ৰেত
(c) লাছা
(d) বাহৰেইন
Ans. (b) বেলগ্ৰেত
10. ছিপাহী বিদ্ৰোহ কেতিয়া হৈছিল ?
a) 1526
b) 1764
c) 1857
d) 1757
Ans. c) 1857
11. অসমৰ লোকসভাৰ আসন কেইখন ?
ক) ১২৬ খন
খ) ১৪ খন
গ) ১৬ খন
ঘ) ১২ খন
Ans. খ) ১৪ খন
12. দিল্লী কোনখন নদীৰ পাৰত অৱস্থিত?
(ক) গংগা
(খ) যমুনা
(গ) গোদাবৰী
(ঘ) হুগলী
Ans. (খ) যমুনা
13. গাঁও পঞ্চায়তৰ সদস্য সংখ্যা হ'ল-
(a) 8
(b) 10
(c) 12
(d) 2
Ans. (b) 10
14. পূথিবীৰ মানচিত্র প্রথম কোনে অঙ্কন কৰিছিল ?
ক) টলেমি
খ) আনাকছিমান্ডাৰ
গ) কপাৰনিকাচ
ঘ) গেলিলিও
Ans. খ) আনাকছিমান্ডাৰ
15. তেজপুৰত থকা বিমান বন্দৰটোৰ নাম কি?
(A) মোহনবাৰী
(B) লীলাবাৰী
(C) শালনিবাৰী
(D) ৰৰৈয়া
Ans. (C) শালনিবাৰী
16. বংগ বিভাজন কেতিয়া হৈছিল?
A. 1901
B. 1890
C. 1905
D. 1972
Ans. C. 1905
17. অৰ্জুন বটা পোৱা অসমৰ খেলুৱৈ কোনজন ?
ক) বিদ্যুত গোস্বামী
খ) ভোগেশ্বৰ বৰুৱা
গ) বিটোপন শইকীয়া
ঘ) মনালিচা বৰুৱা মেহতা
Ans. খ) ভোগেশ্বৰ বৰুৱা
18.কৌটিল্যৰ 'অৰ্থশাস্ত্ৰ' নামৰ গ্ৰন্থখন কি বিষয়ক গ্ৰন্থ?
(A) চিকিৎসা বিষয়ক
(B) ৰাজনীতি বিষয়ক
(C) বুৰঞ্জী বিষয়ক
(D) অৰ্থনীতি বিষয়ক
Ans. (B) ৰাজনীতি বিষয়ক
19. হীমা দাসৰ উপনাম কি-
(a) স্মিৰ্ট কুইন
(b) ধিং এক্সপ্ৰেছ
(c) ট্ৰেক কুইন
(d) টোফান কুইন
Ans. (b) ধিং এক্সপ্ৰেছ
20. অৰুণোদয়ৰ প্ৰথম সম্পাদক কোন আছিল ?
ক) চন্দ্ৰ কুমাৰ আগৰৱালা
খ) লক্ষ্মীনাথ বেজবৰুৱা
গ) নাথান ব্ৰাউন
ঘ) মাইল্চ ব্ৰনছন
Ans. গ) নাথান ব্ৰাউন