National & International General Knowledge in Assamese | Assam GK in Assamese | Important GK Questions important for all upcoming govt. competitive exams...
1. পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন ?
ক) থৰ
খ) গোবি
গ) ছাহাৰা
ঘ) ওপৰৰ এটাও নহয়
Ans. গ) ছাহাৰা
2. গিবন অভয়াৰন্য কোন জিলাত ?
ক) চিৰাং
খ) কোকৰাঝাৰ
গ) যোৰহাট
ঘ) ডিব্ৰুগড়
Ans. গ) যোৰহাট
3. পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ (continent) কোনখন ?
ক) এছিয়া
খ) আফ্ৰিকা
গ) ওছেনিয়া
ঘ) ইউৰোপ
Ans. গ) ওছেনিয়া
4. পৃথিৱীৰ বৃহত্তম দেশ কোনখন ?
ক) ভাৰত
খ) ৰাছিয়া
গ) চীন
ঘ) কানাডা
Ans. খ) ৰাছিয়া
5. হিন্দু ধর্মৰ আটাইতকৈ পুৰনি মহাকাব্যখনৰ নাম কি ?
ক) মহাভাৰত
খ) ৰামায়ণ
গ) মহাভাষ্য
ঘ) অষ্টধায়ী
Ans. খ) ৰামায়ণ
6. ড°ভূপেন হাজৰিকাক "সুধাকণ্ঠ" বুলি কোনে বিভূষিত কৰিছিল?
(১) জ্যোতি প্ৰসাদ আগৰৱালা
(২) আনন্দ চন্দ্ৰ বৰুৱা
(৩) ইন্দিৰা গোস্বামী
(৪) ভবেন্দ্ৰ নাথ শইকীয়া
Ans. (২) আনন্দ চন্দ্ৰ বৰুৱা
7. লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকত সভাপতিত্ব কৰে-
(a) ৰাষ্ট্ৰপতি
(b) প্ৰধানমন্ত্ৰী
(c) লোকসভাৰ অধ্যক্ষ
(d) উপ-ৰাষ্ট্ৰপতি
Ans. (c) লোকসভাৰ অধ্যক্ষ
8. কিমান চনত ৰাষ্ট্ৰসংঘই ২১ জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰিছে?
(a) 2016
(b)2015
(c) 2017
(d)1999
Ans. (b)2015
9. ইন্ডিকা ( Indica ) কোনে লিখিছিল ?
ক) কৌটিল্য
খ) মেগাস্হিনিচ
গ) চেলুকাছ
ঘ) আনন্দ
Ans. খ) মেগাস্হিনিচ
10. সংবিধানৰ কোনটো অনুচ্ছেদ অনুসৰি ৰাজ্যপালে মুখ্যমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীসকলক নিয়োগ কৰে---
(A) 165
(B) 154
(C) 164
(D) 151
Ans. (C) 164
11. বিধান সভাৰ অধ্যক্ষক কোনে নিৰ্বাচন কৰে ?
ক) বিধান সভাৰ সদস্যসকলে
খ) ৰাজ্যপালে
গ) মুখ্যমন্ত্রীয়ে
ঘ) উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে
Ans. ক) বিধান সভাৰ সদস্যসকলে
12. ইতিহাস প্ৰসিদ্ধ মহাভৈৰৱ মন্দিৰ কোনে নিৰ্মান কৰাইছিল ?
ক) নৰক ৰজাই
খ) বাণ ৰজাই
গ) ভগদত্ত ৰজাই
ঘ) ভীস্মক ৰজাই
Ans. খ) বাণ ৰজাই
13. ভাৰতবৰ্ষৰ পশ্চিমে কি দেশ আছে?
(১) বাংলাদেশ
(২) ভূটান
(৩) পাকিস্তান
(৪) নেপাল
Ans. (৩) পাকিস্তান
14. অসমৰ সংস্কৃতিৰ ভেটি গঢ়োতা বুলি কাক কোৱা হ'য় ?
ক) মংগোলীয়সকল
খ) আৰ্যসকল
গ) অষ্ট্ৰিক-নিষাদসকল
ঘ) দ্ৰাবিড়সকল
Ans. খ) আৰ্যসকল
15. বৈদ্যুতিক চাকিৰ আবিস্কাৰক গৰাকীৰ নাম কি?
1.চাৰ আইজাক নিউটনৰ
2.থমাছ আলভা এডিছন
3.মাইকেল ফৰাডে
4.জগদীশ চন্দ্ৰ বসু
Ans. 2.থমাছ আলভা এডিছন
16. মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলন ( Quit India Movement ) কেতিয়া আৰম্ভ কৰিছিল ?
ক) 1940 চনত
খ) 1942 চনত
গ) 1930 চনত
ঘ) 1920 চনত
Ans. খ) 1942 চনত
17. ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথে কোনদুখন ঠাই সংযোগ কৰিছে?
(১) বদৰপুৰ-ছিলং
(২) মাকুম-লেখাপানী
(৩) বাইহাটা চাৰিআলি-জোনাই
(৪) নগাঁও-ডিমাপুৰ
Ans. (২) মাকুম-লেখাপানী
18. নামঘোষা কাৰ দ্বাৰা ৰচিত ?
ক) শ্ৰীমন্ত শংকৰদেৱ
খ) মাধৱকন্দলি
গ) মাধবদেৱ
ঘ) হৰিদেৱ
Ans. গ) মাধবদেৱ
19. NEFA তলৰ কোন খন ৰাজ্যৰ পুৰণি নাম ?
ক, মেঘালয়
খ, নাগালেণ্ড
গ,চিকিম
ঘ, অৰুণাচল প্ৰদেশ
Ans. ঘ, অৰুণাচল প্ৰদেশ
20. পৃথিৱী বিখ্যাত চবি ম'নালিছা ৰ চিত্রকাৰ কোন ?
ক) মাইকেল এন্জেলো
খ) পাবলো পিকাছো
গ) লিওনাৰ্দো দ্যা ভিন্সি
ঘ) পল ৰুবেন্স
Ans. গ) লিওনাৰ্দো দ্যা ভিন্সি