General Knowledge (GK) in Assamese || For All upcoming Assam Govt. Competitive Exams... Assam Police, PNRD, APSC, etc..
GK in Assamese
1. ভাৰতৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন ৰাজ্যত অৱস্থিত
A. ৰাজস্থান
B. মধ্যপ্ৰদেশ
C. হাৰিয়ানা
D. ওপৰৰ এখোন নহয়
Ans. A. ৰাজস্থান
2. কছাৰী সকলৰ প্ৰথম ৰাজধানী আছিল?
A. চৰাইদেউ
B. যোৰহাট
C. কাছাৰ
D. ডিমাপুৰ
Ans. D. ডিমাপুৰ
3. ভাৰতৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কৌবিন্দ কিমানতম ৰাষ্ট্ৰপতি?
(১) ১৪ তম
(২) ১৩ তম
(৩) ১৫ তম
(৪) ১৭ তম
Ans. (১) ১৪ তম
4. ইতিহাস প্ৰসিদ্ধ মহাভৈৰৱ মন্দিৰ কোনে নিৰ্মান কৰিছিল ?
ক) নৰক ৰজাই
খ) বাণ ৰজাই
গ) ভগদত্ত ৰজাই
ঘ) ভীস্মক ৰজাই
Ans. খ) বাণ ৰজাই
5. হিন্দু ধর্মৰ আটাইতকৈ পুৰনি মহাকাব্যখনৰ নাম কি ?
ক) মহাভাৰত
খ) ৰামায়ণ
গ) মহাভাষ্য
ঘ) অষ্টধায়ী
Ans. খ) ৰামায়ণ
6. ভাৰতৰ শেষ মোগল সম্ৰাট কোন আছিল ?
ক) ২য় ছাহ আলম
খ) ২য় বাহাদুৰ ছাহ
গ) ২য় বাজীৰাও
ঘ) ঔৰংজেৱ
Ans. খ) ২য় বাহাদুৰ ছাহ
7. আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল?
A. গুৰ ৰাম দাস
B. গুৰু নানক
C. স্বামী বিবেকানন্দ
D. স্বামী দয়ানন্দ স্বৰসতী
Ans. D. স্বামী দয়ানন্দ স্বৰসতী
8. CNG ৰ সম্পূণ নাম কি?
(a) Compound Natural Gas
(b) Compressed Natural Gas
(c) Common Natural Gas
(d) None of these
Ans. (b) Compressed Natural Gas
9. মিজোৰামৰ ৰাজধানীৰ নাম কি?
(১) ইম্ফল
(২) আইজল
(৩) কহিমা
(৪) ইটানগৰ
Ans. (২) আইজল
10. আন্তৰ্জাতিক ধান গৱেষণা কেন্দ্ৰটো ক'ত অৱস্থিত?
(১) চীন
(২) ফিলিপাইন
(৩) ইণ্ডোনেছিয়া
(৪) ভাৰত
Ans. (২) ফিলিপাইন
11. আটাইতকৈ সৰু পূণসংখ্যা হ'ল-
(a) 1
(b) 0
(c) 2
(d) এটাও নহয়।
Ans. (b) 0
12. তলৰ কোনখন নদীক চীনৰ চকুলো বোলা হয়?
(a) ইয়াং জি
(a) হোৱাংহো
(c) আমুৰ
(d) চালৱিন
Ans. (b) হোৱাংহো
13. দুষ্প্ৰাপ্য বা Rare প্ৰাণী মানে কি?
(ক) লুপ্তপ্ৰায়
(খ) বিপন্ন
(গ) লুপ্ত
(ঘ) বিশেষ ঠাইত পোৱা প্ৰাণী
Ans. (ক) লুপ্তপ্ৰায়
14. ৰাষ্ট্ৰসংঘ (United Nations) কেতিয়া গঠন হৈছিল ?
ক) আগষ্ট 9, 1944
খ) অক্টোবৰ 24, 1944
গ) জানুৱাৰী 10, 1945
ঘ) অক্টোবৰ 24, 1945
Ans. ঘ) অক্টোবৰ 24, 1945
15. কোনজন আহোম ৰজাৰ দিনত ৰংঘৰ বনোৱা হৈছিল ?
ক) ৰুদ্ৰ সিংহ
খ) শিৱ সিংহ
গ) ৰাজেশ্বৰ সিংহ
ঘ) প্ৰমত্ত সিংহ
Ans. ঘ) প্ৰমত্ত সিংহ