Current Affairs 2022 in Assamese Part-3 - Important MCQ's in Assamese
1. Who won the Sahitya Akademi Award 2021 in the English language category?/ 1. ইংৰাজী ভাষাৰ শ্ৰেণীত সাহিত্য অকাডেমি বঁটা 2021 কোনে জিকিছিল?
a) Namita Gokhale/নমিতা গোখলে
b) Bratya Basu/ব্ৰত্য বসু
c) Khalid Hussain /খালিদ হুছেইন
d) Kiran Gaurav/কিৰণ গৌৰৱ
Ans. a) Namita Gokhale/নমিতা গোখলে
2. Who has been named PETA India Person of the Year 2021?/ ২০২১ বৰ্ষৰ পেটা(PETA) ইণ্ডিয়া পাৰ্ছন হিচাপে কাক মনোনীত কৰা হৈছে?
a) Deepika Padukone/ দীপিকা পাডুকন
b) Priyanka Chopra/প্ৰিয়ংকা চোপ্ৰা
c) Alia Bhatt/আলিয়া ভাট
d) Twinkle Khanna/টুইঙ্কল খান্না
Ans. 2. (c) Alia Bhatt / আলিয়া ভাট (Full form of PETA: People for the Ethical Treatment of Animals)
3. Which state has topped the Good Governance Index 2021?/ কোনখন ৰাজ্যই সুশাসন সূচক ২০২১ ত শীৰ্ষস্থান দখল কৰিছে?
a) Kerala/কেৰালা
b) Karnataka/কৰ্ণাটক
c) Gujarat/গুজৰাট
d) Uttar Pradesh/উত্তৰ প্ৰদেশ
Ans. c) Gujarat/গুজৰাট
4. Which state has topped the NITI Aayog Health Index 2021 among the larger states?/ বৃহত্তৰ ৰাজ্যসমূহৰ ভিতৰত কোনখন ৰাজ্যই নীতি আয়োগ স্বাস্থ্য সূচক ২০২১ত শীৰ্ষস্থান দখল কৰিছে?
a) Kerala/কেৰালা
b) Uttar Pradesh/উত্তৰ প্ৰদেশ
c) Rajasthan/ৰাজস্থান
d) Tamil Nadu/তামিলনাডু
Ans. a) Kerala/কেৰালা
5. Who has been appointed as Deputy National Security Adviser of India?/ ভাৰতৰ উপ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা হিচাপে কাক নিযুক্তি দিয়া হৈছে?
a) General M M Naravane
b) Admiral R Hari Kumar
c) Pradeep Kumar Rawat
d) Vikram Misri
Ans. (d) Vikram Misri / বিক্ৰম মিছৰী
6. Which country has become the newest member of the BRICS New Development Bank?/কোনখন দেশ ব্ৰিকছ(BRICS) নিউ ডেভেলপমেণ্ট বেংকৰ নৱতম সদস্য হৈছে?
a) Egypt/ইজিপ্ত
b) Tanzania/তাঞ্জানিয়া
c) Nigeria/নাইজেৰিয়া
d) Sri Lanka/শ্ৰীলংকা
Ans. a) Egypt/ইজিপ্ত
7. Which station has been renamed as Veerangana Laxmibai Railway Station?/ কোনটো ষ্টেচনৰ নাম বীৰাঙ্গনা লক্ষ্মীবাই ৰেল ষ্টেচন বুলি নামাকৰণ কৰা হৈছে?
a) Jhansi/ঝান্সি
b) Gwalior/গোৱালিয়ৰ
c) Itarsi/ইটাৰ্চি
d) Bina/বিনা
a) Jhansi/ঝান্সি
8. Who was named ‘Journalist of the Year' in Redink Awards for Excellence in Journalism 2021?/ সাংবাদিকতা ২০২১ ত উৎকৃষ্টতাৰ বাবে ৰেডিংক বঁটাত কাক 'জাৰ্নেলিষ্ট অফ দা ইয়েৰ' হিচাপে মনোনীত কৰা হৈছিল?
a) Danish Siddiqui/ডেনিছ চিদ্দিকী
b) Faye D’ Souza/ফায়ে ডি চুজা
c) Prem Shankar Jha/প্ৰেম শংকৰ ঝা
d) Saurabh Shukla/সৌৰভ শুক্লা
Ans. (a) Danish Siddiqui
9. When was the Indian National Congress formed?/ ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া গঠন কৰা হৈছিল?
a) December 28, 1885/ডিচেম্বৰ ২৮, ১৮৮৫
b) December 29, 1886/ডিচেম্বৰ ২৯, ১৮৮৬
c) December 28, 1893/ডিচেম্বৰ ২৮, ১৮৯৩
d) December 29, 1875/ডিচেম্বৰ ২৯, ১৮৭৫
Ans. a) December 28, 1885/ডিচেম্বৰ ২৮, ১৮৮৫
10. Which cricketer announced sudden retirement from Test cricket on December 30, 2021?/ কোন জন ক্ৰিকেটাৰে 30 ডিচেম্বৰ, 2021 তাৰিখে টেষ্ট ক্ৰিকেটৰ পৰা আকস্মিক অৱসৰ ঘোষণা কৰিছিল?
a) Joe Root/ জো ৰুট
b) Ben Stokes/ বেন ষ্টোকচ
c) Quinton de Kock/কুইন্টন ডি কক
d) Eoin Morgan/ইয়ন মৰ্গান
Ans. c) Quinton de Kock/কুইন্টন ডি কক
11. Who is the first cricketer to play 100 matches in all three formats- Test, ODI and T20?/টেষ্ট, এদিনীয়া আৰু টি-২০ তিনিওটা ফৰ্মেটত ১০০ খন মেচ খেলা প্ৰথম ক্ৰিকেটাৰ কোন?
a) Virat Kohli/ বিৰাট কোহলী
b) Ross Taylor/ ৰছ টেইলৰ
c) MS Dhoni/এম এছ ধোনী
d) Steve Smith/ষ্টিভ স্মিথ
Ans. b) Ross Taylor/ ৰছ টেইলৰ
12. Who has become the fastest Indian to reach 100 Test dismissals?/ ১০০ খন টেষ্ট ডিচমিচেলত উপনীত হোৱা দ্ৰুততম ভাৰতীয় কোন হ'ল?
a) Rishabh Pant/ ঋষভ পন্ত
b) KL Rahul/ কে এল ৰাহুল
c) Shikhar Dhawan/ শিখৰ ধাৱান
d) Virat Kohli/বিৰাট কোহলী
a) Rishabh Pant/ ঋষভ পন্ত