Computer General Knowledge Part 1 in Assamese || Important Computer GK in Assamese for all Assam Govt. Competitive Exams: Assam Police, SI, PNRD, DHS, TET, APSC, Agriculture, etc.
কম্পিউটাৰৰ মেম’ৰীৰ কোন অংশত তথ্য অকল পঢ়িবহে পাৰি সম্পাদনা কৰিব নোৱাৰি -
RAM
ROM
Hard Drive
ওপৰৰ এটাওঁ নহয়
2 / 20
কম্পিউটাৰৰ মুখ্য় অংশটো বা যন্ত্ৰটো কি ?
লজিকেল ইউনিট
ৰোম
চেন্টেল প্ৰ’ছেছিং ইউনিট
ওপৰৰ এটাওঁ নহয়
3 / 20
কম্পিউটাৰৰ মুল কাৰ্য কৰিবলৈ ব্যৱহাৰ হোৱা আহিলা বিধ কি ?
প্ৰ’ছেছৰ
ৰেম
লজিক
ওপৰৰ এটাওঁ নহয়
4 / 20
কম্পিউটাৰ প্ৰ’গ্ৰেমিং লেংগুৱেজৰ মাতৃ আখ্য়া কাক দিয়া হৈছে ?
চাৰ্লচ বেবেজ
মেৰি কুৰি
এ. এ. বি. লাভলেছ
ওপৰৰ এটাওঁ নহয়
5 / 20
You have not answered this question Mark-1 কম্পিউটাৰৰ উদ্ভাৱন কোনে কৰিছিল ?
John Capler
Pro John Neiper
Professor Howard Aiken
ওপৰৰ এটাওঁ নহয়
6 / 20
You have not answered this question কম্পিউটাৰৰ তৃতীয় জেনেৰেশ্যনৰ কোনটো ?
১৯৫৬চনৰ পৰা ১৯৮৯ চনলৈ
১৯৬৪চনৰ পৰা ১৯৭১ চনলৈ
১৯৭৬চনৰ পৰা ১৯৯৯ চনলৈ
ওপৰৰ এটাওঁ নহয়
7 / 20
You have not answered this question চতুৰ্থ জেনেৰেশ্যনৰ কম্পিউটাৰৰ যুগটো কিমান চনৰ পৰা কিমান চনলৈ ?
১৯৭২ চনৰ পৰা ২০১০ চনলৈ
২০০০ চনৰ পৰা বৰ্তমানলৈ
২০০৪ চনৰ পৰা বৰ্তমানলৈ
ওপৰৰ এটাওঁ নহয়
8 / 20
You have not answered this question এটি প্ৰথম জেনেৰেশ্যনৰ কম্পিউটাৰ নাম হল -
মিটাৰ
কেলকুলেটৰ
এনিয়েক
ওপৰৰ এটাওঁ নহয়
9 / 20
You have not answered this question কম্পিউটাৰৰ Storage Media ৰ প্ৰসঙ্গত WORM ৰ সম্পুৰ্ণ ৰূপ কি ?
Write Only Rank Much
Write Once Read Many
Write On Rapid Matter
ওপৰৰ এটাওঁ নহয়
10 / 20
You have not answered this question কি কামত ব্যৱহাৰ কৰিবলৈ কম্পিউটাৰ উদ্ভাৱন কৰা হৈছিল ?
ফটো বনাবলৈ
গণনা কাৰ্য সম্পাদনৰ বাবে
চিনেমাৰ এডিটিঙৰ বাবে
ওপৰৰ এটাওঁ নহয়
11 / 20
You have not answered this question কম্পিউটাৰৰ দ্বিতীয় জেনেৰেশ্যনৰ যুগটো হল ?
১৯৫৬ চনৰ পৰা ১৯৭৫ চনলৈ।
১৯৫৬ চনৰ পৰা ১৯৬৩ চনলৈ।
১৯৭২ চনৰ পৰা ২০০০ চনলৈ।
ওপৰৰ এটাওঁ নহয়
12 / 20
You have not answered this question Leibnitz Calculator ৰ আৱিষ্কাৰ কোনে কৰিছিল ?
নেইপাৰ লেইবনিটজ্
গটফ্রাইট লেইবনিটজ্
আৰ্যভট্ট
ওপৰৰ এটাওঁ নহয়
13 / 20
You have not answered this question ১৬৭১ চনত আৱিষ্কাৰ হোৱা Leibnitz Calculator ক আন কি নামেৰ জনা গৈছিল ?
Pioneer Calculator
Modern Calculator
Stepped Calculator
ওপৰৰ এটাওঁ নহয়
14 / 20
You have not answered this question Control Unit য়ে তথ্যবিলাক গ্ৰহণ কৰি ক’লৈ পঠিয়ায় দিয়ে ?
মণিটৰলৈ
ৰোমলৈ
মেম’ৰীলৈ
ওপৰৰ এটাওঁ নহয়
15 / 20
You have not answered this question Pascaline নামৰ গণনা যন্ত্ৰটো আৱিষ্কাৰ কোনজন লোকে কৰিছিল ?
জন নেইপাৰ
ব্লেইজ পাস্কেল
লেভিচ পাস্কেল
ওপৰৰ এটাওঁ নহয়
16 / 20
You have not answered this question এটি চতুৰ্থ জেনেৰেশ্যনৰ কম্পিউটাৰৰ নাম লিখা -
আইএমবি-৩৭১
আইএমবি-৩৬০
পেন্টিয়াম
ওপৰৰ এটাওঁ নহয়
17 / 20
You have not answered this question LapTop কি ধৰণৰ কম্পিউটাৰ ?
এবিধ Heavy Computer
এবিধ Business Computer
এবিধ Personal Computer
ওপৰৰ এটাওঁ নহয়
18 / 20
You have not answered this question বিংশ শতিকাৰ বিজ্ঞানৰ এক বিষ্ময়কৰ আৱিষ্কাৰ হৈছে -
কেমেৰা
মোবাইল ফোন
কম্পিউটাৰ
ওপৰৰ এটাওঁ নহয়
19 / 20
You have not answered this question ১০০০ GB
১০২৪ GB
৯২৪ GB
ওপৰৰ এটাওঁ নহয়
20 / 20
You have not answered this question কম্পিউটাৰৰ মনিটৰ, প্ৰিন্টাৰ আদি কি ধৰণৰ আহিলা?
মোকানিকেল আহিলা
ইনপুত আহিলা
আউটপুট আহিলা

1. কম্পিউটাৰৰ মেম’ৰীৰ কোন অংশত তথ্য অকল পঢ়িবহে পাৰি সম্পাদনা কৰিব নোৱাৰি -
a. RAM
b. ROM
c. Hard Drive
d. ওপৰৰ এটাওঁ নহয়
Ans. b. ROM
2. কম্পিউটাৰৰ মুখ্য় অংশটো বা যন্ত্ৰটো কি ?
a. লজিকেল ইউনিট
b. ৰোম
c. চেন্টেল প্ৰ’ছেছিং ইউনিট
d. ওপৰৰ এটাওঁ নহয়
Ans. চেন্টেল প্ৰ’ছেছিং ইউনিট
3. কম্পিউটাৰৰ মুল কাৰ্য কৰিবলৈ ব্যৱহাৰ হোৱা আহিলা বিধ কি ?
a. প্ৰ’ছেছৰ
b. ৰেম
c. লজিক
d. ওপৰৰ এটাওঁ নহয়
Ans. প্ৰ’ছেছৰ
4. কম্পিউটাৰ প্ৰ’গ্ৰেমিং লেংগুৱেজৰ মাতৃ আখ্য়া কাক দিয়া হৈছে ?
a. চাৰ্লচ বেবেজ
b. মেৰি কুৰি
c. এ. এ. বি. লাভলেছ
d. ওপৰৰ এটাওঁ নহয়
Ans. এ. এ. বি. লাভলেছ
5. Mark-1 কম্পিউটাৰৰ উদ্ভাৱন কোনে কৰিছিল ?
a. John Capler
b. Pro John Neiper
c. Professor Howard Aiken
d. ওপৰৰ এটাওঁ নহয়
Ans. Professor Howard Aiken
6. কম্পিউটাৰৰ তৃতীয় জেনেৰেশ্যনৰ কোনটো ?
a. ১৯৫৬চনৰ পৰা ১৯৮৯ চনলৈ
b. ১৯৬৪চনৰ পৰা ১৯৭১ চনলৈ
c. ১৯৭৬চনৰ পৰা ১৯৯৯ চনলৈ
d. ওপৰৰ এটাওঁ নহয়
Ans. ১৯৬৪চনৰ পৰা ১৯৭১ চনলৈ
7. চতুৰ্থ জেনেৰেশ্যনৰ কম্পিউটাৰৰ যুগটো কিমান চনৰ পৰা কিমান চনলৈ ?
a. ১৯৭২ চনৰ পৰা ২০১০ চনলৈ
b. ২০০০ চনৰ পৰা বৰ্তমানলৈ
c. ২০০৪ চনৰ পৰা বৰ্তমানলৈ
d. ওপৰৰ এটাওঁ নহয়
Ans. ১৯৭২ চনৰ পৰা ২০১০ চনলৈ
8. এটি প্ৰথম জেনেৰেশ্যনৰ কম্পিউটাৰ নাম হল -
a. মিটাৰ
b. কেলকুলেটৰ
c. এনিয়েক
d. ওপৰৰ এটাওঁ নহয়
Ans. এনিয়েক
9. কম্পিউটাৰৰ Storage Media ৰ প্ৰসঙ্গত WORM ৰ সম্পুৰ্ণ ৰূপ কি ?
a. Write Only Rank Much
b. Write Once Read Many
c. Write On Rapid Matter
d. ওপৰৰ এটাওঁ নহয়
Ans. Write Once Read Many
10. কি কামত ব্যৱহাৰ কৰিবলৈ কম্পিউটাৰ উদ্ভাৱন কৰা হৈছিল ?
a. ফটো বনাবলৈ
b. গণনা কাৰ্য সম্পাদনৰ বাবে
c. চিনেমাৰ এডিটিঙৰ বাবে
d. ওপৰৰ এটাওঁ নহয়
Ans. গণনা কাৰ্য সম্পাদনৰ বাবে
11. কম্পিউটাৰৰ দ্বিতীয় জেনেৰেশ্যনৰ যুগটো হল ?
a. ১৯৫৬ চনৰ পৰা ১৯৭৫ চনলৈ।
b. ১৯৫৬ চনৰ পৰা ১৯৬৩ চনলৈ।
c. ১৯৭২ চনৰ পৰা ২০০০ চনলৈ।
d. ওপৰৰ এটাওঁ নহয়
Ans. ১৯৫৬ চনৰ পৰা ১৯৬৩ চনলৈ।
12. Leibnitz Calculator ৰ আৱিষ্কাৰ কোনে কৰিছিল ?
a. নেইপাৰ লেইবনিটজ্
b. গটফ্রাইট লেইবনিটজ্
c. আৰ্যভট্ট
d. ওপৰৰ এটাওঁ নহয়
Ans. গটফ্রাইট লেইবনিটজ্
13. ১৬৭১ চনত আৱিষ্কাৰ হোৱা Leibnitz Calculator ক আন কি নামেৰ জনা গৈছিল ?
a. Pioneer Calculator
b. Modern Calculator
c. Stepped Calculator
d. ওপৰৰ এটাওঁ নহয়
Ans. Stepped Calculator
14. Control Unit য়ে তথ্যবিলাক গ্ৰহণ কৰি ক’লৈ পঠিয়ায় দিয়ে ?
a. মণিটৰলৈ
b. ৰোমলৈ
c. মেম’ৰীলৈ
d. ওপৰৰ এটাওঁ নহয়
Ans. মেম’ৰীলৈ
15. Pascaline নামৰ গণনা যন্ত্ৰটো আৱিষ্কাৰ কোনজন লোকে কৰিছিল ?
a. জন নেইপাৰ
b. ব্লেইজ পাস্কেল
c. লেভিচ পাস্কেল
d. ওপৰৰ এটাওঁ নহয়
Ans. ব্লেইজ পাস্কেল
16. এটি চতুৰ্থ জেনেৰেশ্যনৰ কম্পিউটাৰৰ নাম হৈছে -
a. আইএমবি-৩৭১
b. আইএমবি-৩৬০
c. পেন্টিয়াম
d. ওপৰৰ এটাওঁ নহয়
Ans. পেন্টিয়াম
17. LapTop কি ধৰণৰ কম্পিউটাৰ ?
a. এবিধ Heavy Computer
b. এবিধ Business Computer
c. এবিধ Personal Computer
d. ওপৰৰ এটাওঁ নহয়
Ans. এবিধ Personal Computer
18. বিংশ শতিকাৰ বিজ্ঞানৰ এক বিষ্ময়কৰ আৱিষ্কাৰ হৈছে -
a. কেমেৰা
b. মোবাইল ফোন
c. কম্পিউটাৰ
d. ওপৰৰ এটাওঁ নহয়
Ans. কম্পিউটাৰ
19. 1 TB ত কিমান GB থাকে?
a. ১০০০ GB
b. ১০২৪ GB
c. ৯২৪ GB
d. ওপৰৰ এটাওঁ নহয়
Ans. ১০২৪ GB
20. কম্পিউটাৰৰ মনিটৰ, প্ৰিন্টাৰ আদি কি ধৰণৰ আহিলা?
a. মোকানিকেল আহিলা
b. ইনপুত আহিলা
c. আউটপুট আহিলা
d. ওপৰৰ এটাওঁ নহয়
Ans. আউটপুট আহিলা
VIDEO