Assam GK in Assamese Important MCQs || 30 Important Assam GK & Other MCQ's in Assamese
1. পথৰুঘাটৰ ৰণ ক'ত সংঘটিত হৈছিল?
(ক) নগাঁও জিলাত
(খ) শিৱসাগৰ জিলাত
(গ) কার্বি আংলং জিলাত
(ঘ) দৰং জিলাত
Ans. (ঘ) দৰং জিলাত
2. পৃথিৱীৰ আটাইতকৈ ওচৰৰ গ্ৰহ কোনটো ?
ক) বুধ
খ) মঙ্গল
গ) শুক্ৰ
ঘ) শনি
Ans. ক) বুধ
3. সূৰ্যৰ ৰশ্মি পৃথিৱী পাবলৈ কিমান সময় লাগে ?
ক) গড়ে ৯ মিনিট ১০ ছেকেন্ড
খ) গড়ে ৮ মিনিট ৩৩ ছেকেন্ড
গ) গড়ে ৭ মিনিট ১৫ ছেকেন্ড
ঘ) গড়ে ১০ মিনিট ২০ ছেকেন্ড
Ans. গ) গড়ে ৭ মিনিট ১৫ ছেকেন্ড
4. 'অসমীয়া' ভাৰতৰ সংবিধানৰ কোনটো অনুসূচীত উল্লেখিত ভাষাবিলাকৰ এটা-----
(১) ষষ্ঠ
(২) সপ্তম
(৩) অষ্টম
(৪) নৱম
Ans. (৩) অষ্টম
5. বায়ুত আটাইতকৈ বেছি কোনবিধ গেছ পোৱা যায় ?
ক) কাৰ্বন ডাই অক্সাইড
খ) অক্সিজেন
গ) অ'জন
ঘ) নাইট্ৰ'জেন
Ans. ঘ) নাইট্ৰ'জেন
6. ছাৰ্ক (SAARC) ৰ মূখ্য কাৰ্যালয় ক'ত ?
ক) ঢাকা
খ) নতুন দিল্লী
গ) কাঠমান্ডু
ঘ) জাকাৰ্তা
Ans. গ) কাঠমান্ডু
7. ভাৰতৰ স্বাধীনতা আন্দোলনৰ অসমৰ প্ৰথম ছহিদ কোন আছিল?
(A) কুশল কোঁৱৰ
(b) পিয়লি ফুকন
(c) কনকলতা
(d) মুকুন্দ কাকতি
Ans. (b) পিয়লি ফুকন
8. মাজুলীৰ ভিতৰত একমাত্ৰ নদীখনৰ নাম কি?
(১) খেৰকটীয়া
(২) চাৰিকৰীয়া
(৩) সোৱণশিৰি
(৪) টুনী
Ans. (৪) টুনী
9. কোনজন আহোম ৰজাক "বামুণী কোঁৱৰ" বুলি জনা যায় ?
ক) ছুহুংমুং
খ) ছুবিনফা
গ) ছুজুংফা
ঘ) ছুদাংফা
Ans. ঘ) ছুদাংফা
10. অসমৰ আঞ্চলিক মুগা গৱেষণা কেন্দ্ৰ ক'ত আছে?
(a) তিতাবৰ
(b) বকো(মিৰ্জা)
(c) ঢকুৱাখানা
(d) গুৱাহাটী
Ans. (b) বকো(মিৰ্জা)
11. অসমখন কেতিয়া বৃটিছৰ অধীনত গৈছিল ?
ক) ১৮২৪
খ) ১৮২২
গ) ১৮২৬
ঘ) ১৮১৭
Ans. গ) ১৮২৬
12. নেতাজী সুভাষচন্দ্ৰ বসু আন্তজাৰ্তিক বিমান বন্দৰ ক'ত অৱস্থিত?
ক) দিল্লী
(খ) মুম্বাই
গ) কলকাতা
(ঘ) মাদ্ৰাজ
Ans. গ) কলকাতা
13. প্ৰশ্ন :- ভূপেন হাজৰিকা সেতুৰ দৈঘ্য-
A. 9.15 km
B. 9.14 km
C. 7.5 km
D. 10 km
Ans. A. 9.15 km
14. এলুমিনিয়ামৰ বাচন-বৰ্তন প্ৰস্তুত কৰা কাৰখানা ক'ত আছে ?
(ক) ডিব্ৰুগড়
(খ) গুৱাহাটী
(গ) বঙাইগাঁও
(ঘ) ধুবুৰী
Ans. (গ) বঙাইগাঁও
15. অসমৰ সৰ্বাধিক চাহ বাগিচা থকা জিলাখন হৈছে---
(ক) বিশ্বনাথ
(খ) শোনিতপুৰ
(গ) ডিব্ৰুগড়
(ঘ) লখিমপুৰ
Ans. (গ) ডিব্ৰুগড়
16. ভৌগোলিক আয়তনৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ৰাজ্য সমূহৰ মাজত অসমৰ স্থান কিমান ?
(ক) চৈধ্য
(খ) পোন্ধৰ
(গ) ষোল্ল
(ঘ) সোতৰ
Ans. (গ) ষোল্ল
17. অসমৰ মুঠ বনাঞ্চলৰ শতকৰা কিমান ভাগ অসংৰক্ষিত বনাঞ্চল ?
(ক) ২০.৪২%
(খ) ৪৪.৪২%
(গ) ২২.৪২%
(ঘ) ৩৩.৪২%
Ans. (ঘ) ৩৩.৪২%
18. অসমৰ মুঠ বনাঞ্চলৰ শতকৰা কিমান ভাগ অসম চৰকাৰৰ সংৰক্ষিত বনাঞ্চল ?
(ক) ৩৬.৬৬%
(খ) ৬৬.৫৮%
(গ) ৫৬.৮৯%
(ঘ) ৪৮.৬৬%
Ans. (খ) ৬৬.৫৮%
18. অসমৰ মুঠ ভৌগোলিক আয়তনৰ শতকৰা কিমান ভাগ বনাঞ্চল আছে ?
(ক) ২৫.২১%
(খ) ৩৫.২১%
(গ) ৩৪.২১%
(ঘ) ৩৬.২১%
Ans. (গ) ৩৪.২১%
19. মানাস ৰাষ্ট্ৰীয় উদ্যানৰ ভৌগোলিক পৰিসীমা কিমান?
(ক) ৯৬০ বৰ্গ কি:মি:
(খ) ৯৭০ বৰ্গ কি:মি:
(গ) ৯৮০ বৰ্গ কি:মি:
(ঘ) ৯৫০ বৰ্গ কি:মি:
Ans. (ঘ) ৯৫০ বৰ্গ কি:মি:
20. অসমৰ পুৰুষ শিক্ষিতৰ হাৰ হৈছে---
(ক) ৭২.২২%
(খ) ৭৯.৪৫%
(গ) ৭৪.২৫%
(ঘ) ৭৭.৮৫%
Ans. (ঘ) ৭৭.৮৫%
21. অসমৰ মহিলা শিক্ষিতৰ হাৰ হৈছে---
(ক) ৬৫.২২%
(খ) ৩৫.৪৪%
(গ) ৭৬.২৭%
(ঘ) ৬৬.২৭%
Ans. (ঘ) ৬৬.২৭%
22. অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ মানুহে নগৰ/চহৰত বাস কৰে?
(ক) ১১ শতাংশ
(খ) ১২ শতাংশ
(গ) ১৩ শতাংশ
(ঘ) ১৪ শতাংশ
Ans. (ঘ) ১৪ শতাংশ
23. অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ মানুহে গাঁৱত বাস কৰে?
(ক) ৮৬ শতাংশ
(খ) ৮৭ শতাংশ
(গ) ৮৮ শতাংশ
(ঘ) ৮৯ শতাংশ
Ans. (ক) ৮৬ শতাংশ
24. কোন দিনটো সতী সাধনী দিৱস হিচাপে পালন কৰা হয়
(A) 11th April
(B) 21st April
(C) 28th April
(D) 4th May
Ans. (B) 21st April
25. কোনজন আহোম ৰজাক বুঢ়া ৰজা বুলিও জনা যায়।
(A) Pratap Singha
(B) Jayadhwaj Singha
(C) Chakradhwaj Singha
(D) Udayaditya Singha
Ans. (A) Pratap Singha
26. কাক আহোম ৰাজ্যৰ প্ৰথম বৰফুকন হিচাপে নিযুক্ত কৰা হৈছিল
(A) Domai Deka
(B) Chiring Piksai
(C) Lan Mung Shen
(D) Langi Panisiya
Ans. (D) Langi Panisiya
27. ৰাষ্ট্রীয় বঁটাপ্রাপক দেৱজিৎ চাংমাই কোনটো পেছাৰ সৈতে জড়িত?
(ক) গায়ক
(খ) লেখক
(গ) ছাউণ্ড ডিজাইনাৰ
(ঘ) নির্দেশক
Ans. (গ) ছাউণ্ড ডিজাইনাৰ
28. অসমৰ প্রথমগৰাকী চৰকাৰী চাকৰিয়ালৰ নাম কি?
(ক) আনন্দৰাম বৰুৱা
(খ) ময়িদুল ইছলাম বৰা
(গ) শৰৎ ফুকন
(ঘ) সােণমণি বৰা
Ans. (ক) আনন্দৰাম বৰুৱা
29. সাহিত্য অকাডেমি বঁটাপ্রাপ্ত গ্রন্থ 'দেওলাংখুই ৰ ৰচক কোন ?
(ক) ৰীতা চৌধুৰী
(খ) নির্মলপ্রভা বৰদলৈ
(গ) মামণি ৰয়ছম গােস্বামী
(ঘ) মাইনী মহস্ত
Ans. (ক) ৰীতা চৌধুৰী
30. শিৱসাগৰৰ পৰা অসমৰ ৰাজধানী যােৰহাটৰ ৰংপুৰলৈ কোন চনত স্থানান্তৰিত কৰা হৈছিল?
(ক) ১৭৯৪ চনত
(খ) ১৮২০ চনত
(গ) ১৬৯৭ চনত
(ঘ) ১৫৬৭ চনত
Ans. (ক) ১৭৯৪ চনত