Assam Geography MCQ Part 3 In Assamese

Assam Geography MCQ Part 3 In Assamese || For all upcoming Assam Competitive exams: Assam Police, SI, PNRD, APSC. | অসমৰ ভূগোল


Assam Geography MCQ Part 3 In Assamese




1. উজনি অসমৰ_____ত চাহ গৱেষণা কেন্দ্ৰ আছে। 


(ক) যোৰহাট 

(খ) ডিব্ৰুগড় 

(গ) টোকলাই 

(ঘ) ওপৰৰ এটাও নহয়


Ans. (গ) টোকলাই 



2. অসমৰ সৰ্ববৃহৎ কফি উৎপাদনকাৰী বাগিচা হ'ল-- 


(ক) মাহুৰ 

(খ) গুঞ্জং 

(গ) লাচং 

(ঘ) আচালু


Ans. (খ) গুঞ্জং 



3. অসমত কফি গৱেষণা কেন্দ্ৰ আছে-- 


(ক) ডলামৰাত 

(খ) বুঢ়াপাহাৰত 

(গ) ডিপুত 

(ঘ) হেংগেৰীত


Ans. (খ) বুঢ়াপাহাৰত  আৰু (গ) ডিপুত 



4. বিশেষজ্ঞসকলৰ মতে অসমত____ নিযুত টন কয়লা আছে। 


(ক) ১০০০ নিযুত টন 

(খ) ২০০০ নিযুত টন 

(গ) ১৫০০ নিযুত টন 

(ঘ) ২৫০০ নিযুত টন


Ans. (ক) ১০০০ নিযুত টন 



5. ডিগবৈ তৈলক্ষেত্ৰ আৱিষ্কাৰ হয়____ চনত। 


(ক) ১৯৯৮ 

(খ) ১৮৮৯ 

(গ) ১৮৭৯ 

(ঘ) ১৮৯৭


Ans. (খ) ১৮৮৯ 


6. ____তৈলক্ষেত্ৰ ভাৰতৰ ভিতৰত দ্বিতীয় বৃহৎ তৈলক্ষেত্ৰ। 


(ক) গেলেকী 

(খ) জালনি 

(গ) নাহৰকটীয়া 

(ঘ) মৰাণ


Ans. (গ) নাহৰকটীয়া 



7. নাহৰকটীয়াৰ পৰা নুনমাটিলৈ_____ কি:মি তেলৰ নলী পথ আছে। 


(ক) ৪৫০ 

(খ) ৪৪০ 

(গ) ৬৫০ 

(ঘ) ওপৰৰ এটাও নহয়


Ans. (খ) ৪৪০ 



8. অসমৰ _ জিলাত লোণাপানীৰ উহ আছে। 


(ক) নগাঁও 

(খ) কাছাৰ 

(গ) কাৰ্বি আংলং 

(ঘ) ওপৰৰ এটাও নহয়


Ans. (খ) কাছাৰ 


9. ডিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ ভৌগোলিক আয়তন হৈছে--- 


(ক) ২৩১.৬ বৰ্গ কি:মি: 

(খ) ২২১.৬ বৰ্গ কি:মি: 

(গ) ২১২.৬ বৰ্গ কি:মি: 

(ঘ) ২৪১.৬ বৰ্গ কি:মি:


Ans. (ক) ২৩১.৬ বৰ্গ কি:মি: 


10. ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ভৌগোলিক আয়তন আছিল--- 


(ক) ৩৪৫ বৰ্গ কি:মি: 

(খ) ৩৩৫ বৰ্গ কি:মি: 

(গ) ৩৫০ বৰ্গ কি:মি 

(ঘ) ৩৪০ বৰ্গ কি:মি:


Ans. (গ) ৩৫০ বৰ্গ কি:মি 



11. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভৌগোলিক পৰিসীমা আছিল--- 


(ক) ৪৩০ বৰ্গ কি:মি: 

(খ) ৪২০ বৰ্গ কি:মি: 

(গ) ৪১০ বৰ্গ কি:মি: 

(ঘ) ৪০০ বৰ্গ কি:মি:


Ans. (ক) ৪৩০ বৰ্গ কি:মি: 



12. কোন দুটা ঠাই ভূপেন হাজৰিকা দলঙৰ দ্বাৰা সংযোগ কৰা হৈছে? 


A. সাদিয়া-বুকাঘাট 

B.  সাদিয়া-কৃষ্ণাপুৰ 

C. ঢোলা-সাদিয়া 

D. ওপৰৰ কোনো নহয়


Ans. C. ঢোলা-সাদিয়া 



13. প্ৰস্তাৱিত টিপাইমুখ বান্ধটো কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হ'ব?


A. বৰাক নদী 

B. সুৰমা নদী 

C.  দিবাং নদী 

D. ব্ৰহ্মপুত্ৰ ৰিভে


Ans. A. বৰাক নদী 



14. __ অসমৰ  জিলাবোৰ হৈছে তেল আৰু গেছৰ মুখ্য ভাণ্ডাৰ?


A.মধ্য 

গ. উজনি

ঘ এইবোৰৰ কোনোটোৱেই নহয়


Ans. গ. উজনি



15. ভাৰতীয় সংবিধানৰ কোনটো অনুসূচীত অসমৰ জনজাতীয় অঞ্চলৰ প্ৰশাসনৰ বিষয়ে সম্পৰ্কিত?


A. চতুৰ্থ 

B.  পঞ্চম 

C. ষষ্ঠ 

D.  সপ্তম


Ans. D.  সপ্তম


Post a Comment

Previous Post Next Post