Assam Geography General Knowledge MCQ

 Assam Geography General Knowledge MCQ -  for all upcoming competitive exams: Assam police, TET, SSC, APSC, APDCL, PNRD.


Assam Geography General Knowledge MCQ



1. Assam shares international borders with which of the following countries / নিম্নলিখিত কোনখন দেশৰ সৈতে অসমে আন্তৰ্জাতিক সীমা ভাগ বতৰা কৰে: 


ক) ম্যানমাৰ, ভূটান আৰু বাংলাদেশ 

খ) ভূটান আৰু বাংলাদেশ 

গ) চীন, ম্যানমাৰ, ভূটান আৰু বাংলাদেশ 

ঘ) ম্যানমাৰ আৰু বাংলাদেশ


Ans. খ) ভূটান আৰু বাংলাদেশ 



2. Which of the following protected areas of Assam is known for golden monkeys / অসমৰ নিম্নলিখিত কোনটো সুৰক্ষিত এলেকা সোণালী বান্দৰৰ বাবে জনাজাত: 


ক) নামেৰি ৰাষ্ট্ৰীয় উদ্যান 

খ) পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য 

গ) গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য 

ঘ) চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য।


Ans. ঘ) চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য।



3. When is BTAD? Established ? / কেতিয়া বি.টি.এ.ডি. প্ৰতিষ্ঠা কৰা হৈছিল: 


ক) ৩০ নৱেম্বৰ, ২০০৪ 

খ) ১০ ফেব্ৰুৱাৰী, ২০০৩ 

গ) ২ জানুৱাৰী, ২০০৩ 

ঘ) ২০ জুন, ২০০৫


Ans. খ) ১০ ফেব্ৰুৱাৰী, ২০০৩ 



4. Umanandtemple is on which hill?  / উমানন্দ মন্দিৰ কোন পাহাৰৰ ওপৰত আছে? 


A. নীলাচল পাহাৰ 

B. চিত্ৰাচল পাহাৰ 

C. ভস্মাচল পাহাৰ 

D. সন্ধ্যাচল পাহাৰ


Ans. C. ভস্মাচল পাহাৰ 



5. The mountain line between Brahmaputra Valley and Barak Valley is / ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ মাজত অৱস্থিত পৰ্বত শাৰী হ'ল-- 


(ক) ৰেহমা পাহাৰ 

(খ) মিকিৰ পাহাৰ 

(গ) বৰাইল পৰ্বত 

(ঘ) পাটকাই পৰ্বত


Ans. (গ) বৰাইল পৰ্বত 


6. The two hill districts of Assam are / অসমৰ পাহাৰীয়া জিলা দুখন হ'ল-- 


(ক) কাৰ্বি আংলং, উত্তৰ কাছাৰ) 

(খ) কৰিমগঞ্জ, হাইলাকান্দি 

(গ) লখিমপুৰ, কাছাৰ 

(ঘ) ধেমাজি, ডিব্ৰুগড়


Ans. (ক) কাৰ্বি আংলং, উত্তৰ কাছাৰ) 



7.The total length of the Brahmaputra Valley is- / ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুঠ দৈৰ্ঘ্য হ'ল-- 


(ক) ৭৪০ কি:মি: 

(খ) ৭২০ কি:মি: 

(গ) ৫৬৫ কি:মি: 

(ঘ) ৬২০ কি:মি:


Ans. (খ) ৭২০ কি:মি: 


8. Karimganj circle was established-- / কৰিমগঞ্জ চেনিকলটো স্থাপিত হৈছিল-- 


(ক) দ্বিতীয় পাঁচ বছৰীয়া পৰিকল্পনাত 

(খ) তৃতীয় পাঁচ বছৰীয়া পৰিকল্পনাত 

(গ) চতুৰ্থ পাঁচ বছৰীয়া পৰিকল্পনাত 

(ঘ) পঞ্চম পাঁচ বছৰীয়া পৰিকল্পনাত


Ans. (ক) দ্বিতীয় পাঁচ বছৰীয়া পৰিকল্পনাত 



9. The world's largest river island is -- /পৃথিৱীৰ বৃহত্তম নদী-দ্বীপটো হ'ল-- 


(ক) লাক্ষাদ্বীপ 

(খ) মাজুলী 

(গ) ভানকুৱাৰদ্বীপ 

(ঘ) ব-দ্বীপ


Ans. (খ) মাজুলী 


10. The average rainfall in Guwahati is-  / গুৱাহাটীৰ গড় বৰষুণৰ পৰিমাণ হ'ল-- 


(ক) ১৩১.৮ চে:মি: 

(খ) ২১৫ চে:মি: 

(গ) ১৬৩.৪ চে:মি: 

(ঘ) ১৪১.৮ চে:মি


Ans. (গ) ১৬৩.৪ চে:মি: 


11. In what quantity (percentage) of total land area of Assam is farming done?  / অসমৰ মুঠ মাটিকালিৰ কিমান পৰিমাণত (শতাংশত) কৃষিকাৰ্য্য কৰা হয় ? 


(ক) ৪.৫% 

(খ) ৫.৪% 

(গ) ৪.৩% 

(ঘ) ৪.৪%


Ans. (খ) ৫.৪% 



12. Which district of Assam produces the highest rice production?  / অসমৰ কোনখন জিলাত সৰ্বাধিক ধান উৎপাদন হয়? 


(ক) নগাঁও 

(খ) নলবাৰী 

(গ) দৰং 

(ঘ) কামৰূপ গ্ৰাম্য


Ans. (ঘ) কামৰূপ গ্ৰাম্য



13.The first tea farmer in Assam-- / অসমৰ প্ৰথম চাহ খেতিয়ক-- 


(ক) হেৰম্ভ দাস 

(খ) তেনজিং বড়োছা 

(গ) অসীম গগৈ 

(ঘ) ৰবেৰ্ট ব্ৰুছ


Ans. (খ) তেনজিং বড়োছা 



14. The largest tea garden in Assam is--  / অসমৰ বৃহত্তম চাহ বাগিচাখন হৈছে-- 


(ক) সোনাপুৰ চাহ বাগিচা 

(খ) খংগেয়া চাহ বাগিচা 

(গ) খোগ্ৰাজান চাহ বাগিচা 

(ঘ) মোনাবাড়ী চাহ বাগিচা


Ans. (ঘ) মোনাবাড়ী চাহ বাগিচা



15. ______Tea auction market ranked first in the world /  _______চাহ নিলাম বজাৰে পৃথিৱীৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে। 


(ক) ডিব্ৰুগড় 

(খ) গুৱাহাটী 

(গ) যোৰহাট 

(ঘ) শিৱসাগৰ


Ans. (খ) গুৱাহাটী 



Post a Comment

Previous Post Next Post