Assam General Knowledge (MCQ) in Assamese

Assam General Knowledge (MCQ) in Assamese & English- Important for All Upcoming Assam Govt. Competitive Exams: Assam police, TET, SSC, APSC, APDCL, PNRD, Panchayat. 





1. Who from Assam participated in the Dandi Yatra / অসমৰ কোনে দাণ্ডি যাত্ৰাত অংশ লৈছিল-


 A. লীলাধৰ বৰুৱা 

B. নবীন চন্দ্ৰ বৰদলৈ 

C. তৰুণৰাম ফুকন 

D. ওপৰৰ আটাইকেইজন।


Ans.  A. লীলাধৰ বৰুৱা 


2.  What is the name of the Assamese print novel? /  প্ৰথম অসমীয়া ছপা উপন্যাসখনৰ নাম কি ?


A. ধৰ্মপুস্তক 

B. লাহৰী 

C. মিৰিজীয়ৰী 

D. মৃত্যুঞ্জয়


Ans. B. লাহৰী 


3.  Which of the following dances is associated with "Ali-i-Lrigang"  / তলৰ কোনটো নৃত্য "আলি-আই-লৃগাং" ৰ লগত জড়িত-


A. ঝুমুৰ নৃত্য 

B. খেৰাই নৃত্য 

C. দেওধনী নৃত্য 

D. গুমৰাগ নৃত্য


Ans. B. খেৰাই নৃত্য 


4. Who among the following is called"Pyramid of Assam" -  / "Pyramid of Assam" বুলি কোৱা হয়- 


A. শুৱালকুছি 

B. তেজপুৰ 

C. অগ্নিগড় 

D. চৰাইদেউ মৈদাম


Ans. D. চৰাইদেউ মৈদাম


5.  What is the name of the first Assamese full colour film?  / প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীণ চিনেমা খনৰ নাম কি 


A. ফিৰিঙতি 

B. উত্তৰ কাল 

C. ভাইটী 

D. ওপৰৰ এটাও নহয়


Ans. C. ভাইটী 


6. Bihu is given cultural status in the days of /  কোনজন আহোম স্বৰ্গদেউৰ দিনত বিহুক সাংস্কৃতিক মৰ্যদা দিয়া হয়- 


A. প্ৰতাপ সিংহ 

B. ৰুদ্ৰ সিংহ 

C. চক্ৰধ্বজ সিংহ 

D. গদাধৰ সিংহ


Ans. B. ৰুদ্ৰ সিংহ 



7. ‘ভাৰতৰত্ন’ লাভ কৰা প্ৰথম গৰাকী ব্যক্তি কোন? 


A. জৱাহৰলাল নেহৰু 

B. চি. ৰাজাগোপালচাৰী। 

C. ৰাজেন্দ্ৰ প্ৰসাদ 

D. ওপৰৰ এটাও নহয়


Ans. B. চি. ৰাজাগোপালচাৰী। 



8. Which is the first farmer revolt in Assam?  / অসমৰ প্ৰথম কৃষক বিদ্ৰোহ কোনটো? 


A. ফুলগুৰিৰ ধোৱা 

B. পথৰুঘাটৰ ৰণ 

C. ৰঙীয়াৰ কৃষক বিদ্ৰোহ 

D. কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আন্দোলন


Ans. A. ফুলগুৰিৰ ধোৱা 



9. "Bathu Puja" belongs to which community?  / "বাথৌ পূজা" কোন জনগোষ্ঠীৰ? 


A. কাৰ্বি 

B. টিৱা 

C. ৰাভা 

D. বড়ো


Ans. D. বড়ো



10.  "মোৰ সোঁৱৰণী" তলৰ কোনজন সাহিত্যিকৰ আত্মজীৱনী হয়? 


A. লক্ষ্মীনাথ বেজবৰুৱা 

B. পদ্মনাথ গোহাঞিবৰুৱা 

B. লক্ষ্মীনাথ ফুকন 

C. চন্দ্ৰকুমাৰ আগৰৱালা


Ans. B. পদ্মনাথ গোহাঞিবৰুৱা 



11. Dr°Virendra Kumar Bhattacharya received what sour in 1961 for the novel 'Yeringam'?  / ড°বীৰেন্দ্র কুমাৰ ভট্টাচার্যই ঈয়াৰইংগম' উপন্যাসৰবাবে ১৯৬১ চনত কি বটালাভ কৰিছিল কৰিছিল? 


(ক) জ্ঞানপীঠ বঁটা 

(খ) অসম উপত্যকা সাহিত্য বটা 

(গ)সাহিত্য অকাডেমি বটা 

(ঘ) ইয়াৰে এটাও নহয়


Ans. (গ)সাহিত্য অকাডেমি বটা 



12.Brahmaputra river is named in Bangladesh ? /  বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীৰ নাম হৈছে- 


A. পদ্মা 

B. মেঘনা 

C. যমুনা 

D. ওপৰৰ এটাও নহয়


Ans. C. যমুনা 



13. Who is known as 'Bhangni Konwar' in Assamese literature?  / অসমীয়া সাহিত্যত ‘ভাঙনি কোঁৱৰ’ নামে কোন জনজাত ? 


A. আনন্দ চন্দ্ৰ আগৰৱালা 

B. ৰঘুনাথ চৌধাৰী 

C. তৰুণৰাম ফুকন 

D. ওপৰৰ এটাও নহয়


Ans. A. আনন্দ চন্দ্ৰ আগৰৱালা 



14. When "Satriya Dance" is recognized as Classical Dance? / "সত্ৰীয়া নৃত্যক" Classical Dance হিচাপে স্বীকৃতি দিয়া হয় 


A. 2000 চনত 

B. 2002 চনত - 

C. 2019 চনত 

D. 2018 চনত


Ans. A. 2000 চনত 



15.  Where did the Jallianwala Bagh massacre take place? / জালিয়ানৱালাবাগৰ হত্যাকাণ্ড ক’ত হৈছিল? 


A. অমৃতসৰ 

B. দিল্লী 

C. শ্ৰীলংকা 

D. ওপৰৰ এটাও নহয়


Ans. A. অমৃতসৰ 



16. What is the name of the head office of Assam Sahitya Sabha?  / অসম সাহিত্য সভাৰ মূখ্য কাৰ্যালয়টোৰ নাম কি? 


A. পদ্মনাথ ভৱন 

B. চন্দ্ৰকান্ত সন্দিকৈ ভৱন 

C. সাহিত্য সভা ভৱন 

D. অসম ভৱন


Ans. B. চন্দ্ৰকান্ত সন্দিকৈ ভৱন 



17. Who was mahatma gandhi's "political guru"? / মহাত্মা গান্ধীৰ "ৰাজনৈতিক গুৰু" কোন আছিল- 


A. গোপাল কৃষ্ণ গোখলে 

B. মতিলাল নেহৰু 

C. মহাদেৱ দেশাই 

D. ওপৰৰ আটাইকেইজন


Ans. A. গোপাল কৃষ্ণ গোখলে 



18. Who is the first Assamese prose writer?  / প্ৰথম অসমীয়া গদ্য লেখক কোন ? 


A. ভট্টদেৱ 

B. লক্ষ্মীনাথ বেজবৰুৱা 

C. শ্ৰীমন্ত শংকৰদেৱ 

D. ওপৰৰ এটাও নহয়


Ans. A. ভট্টদেৱ 



19. When The capital of Assam was shifted from Shillong to Guwahati (Dispur)? / অসমৰ ৰাজধানী শ্বিলঙৰ পৰা গুৱাহাটী (দিচপুৰ)লৈ স্থানান্তৰ কৰা হয়- 


A. 1973 

B. 1974 

C. 1911 

D. 2002


Ans. A. 1973 



20. Jyotiprasad Agarwal born in... / তলৰ কোনখন ঠাইত জ্যোতিপ্রসাদ আগৰবালাৰ জন্ম হৈছিল? 


(ক) গুৱাহাটী 

(খ) ডিব্রগড় 

(গ) তেজপুৰ 

(ঘ) যােৰহাট


Ans. (খ) ডিব্রগড় 



Post a Comment

Previous Post Next Post